ডবা কি ?

উত্তৰঃ ডবা হৈছে ধাতু বা মাটিৰে নিৰ্মাণ কৰা বাটি আকৃতিৰ অৰ্ধ গোলাকাৰ একপ্ৰকাৰৰ বাদ্য় । এই বাদ্য়ৰ চাৱনিৰ ওপৰত দুডাল বাঁহৰৰ মাৰিৰে গুৰুগম্ভীৰ ধ্বনি উলিয়াব পাৰি ।