দোতৰা কিদৰে নিৰ্মাণ কৰা হয় ?

উত্তৰঃ দোতৰা নিৰ্মাণ কৰিবলৈ প্ৰায় এক মিটাৰ দীঘল কাঠৰ নিম্নভাগটো বাটিৰ দৰে ফোপোলা কৰি লোৱা হয়। ফোপোলা অংশটো চামৰাৰে ছাৱনি কৰি কাঠ বা জন্তুৰ শিঙৰ এটা ঘোৰা লগোৱা হয়। এই ঘোৰাই তাঁৰ কেইডালক ছাৱনিত নলগাকৈ ৰাখে।