মুৰিতং কোন জনগোষ্ঠীৰ বাদ্য়যন্ত্ৰ ?

উত্তৰঃ মুৰতিং হৈছে কাৰ্বি জনগোষ্ঠীৰ এবিধ চেহনাই আকৃতিৰ বাদ্য়যন্ত্ৰ । ইয়াত থকা ছটা বিন্ধাত আঙুলি বুলাই স্বৰ সৃষ্টি কৰা হয় ।