মুৰি কি ?

উত্তৰঃ মুৰি হৈছে ডিমাছাসকলৰ এবিধ বিশেষ ধৰণৰ দীঘল পেঁপা। কাঠেৰে নিৰ্মিত এই পেঁপাৰ প্ৰধান অংশ হৈছে মাথি, মুৰথিং, মুৰিবাৰ আদি ।