লাউ টোকাৰী কিদৰে নিৰ্মাণ কৰা হয় ?

উত্তৰঃ লাউ টোকাৰী নিৰ্মাণ কৰিবলৈ লাউৰ খোলা এটাৰ তলৰ ফালে ঘূৰণীয়াকৈ চামৰা লগাই এটুকুৰা বাঁহ এটা মূৰে গাঁঠি ৰাখি আনফালে দুফাল কৰি ফলামূৰটোৰ বাহু দুটাক লাউখোলাটোৰ দুয়োফালে বান্ধি দিয়া হয় ।