অণুজীৱ | Chapter 2 | Class 8 Science Lesson 2 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Science Chapter 2 Solution | Class 8 Science Chapter 2 Solution | Class 8 Science Notes and Suggestion | Class 8 Science Lesson 2 Notes and Suggestion |

অধ্যায় ২

অণুজীৱ

1. তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ  দিয়া ।

(ক) অণুজীৱ কাক বোলে ?

উত্তৰঃ 

(খ) অণুজীৱক কি কি প্ৰধান ভাগত বিভক্ত কৰা হয় ?

উত্তৰঃ 

(গ) কোনজনা বিজ্ঞানীয়ে পোনপ্ৰথমে অণুজীৱ আৱিস্কাৰ কৰে ?

উত্তৰঃ 

(ঘ) ক্ষুদ্ৰতম অণুজীৱ  কি ?

উত্তৰঃ

(ঙ) মাইক্ৰ’মিটাৰৰ হিচাবত  বেক্টেৰিয়া আৰু নেন’মিটাৰ হিচাবত ভাইৰাছৰ আকাৰ কি সীমাৰ ভিতৰত থাকে উল্লেখ কৰা ।

উত্তৰঃ  

(চ) বেক্টেৰিয়াপৰা হোৱা উপকাৰিতাৰ বিষয়ে লিখাঁ ।

উত্তৰঃ  

(ছ) ভাইৰাছৰ বৈশিষ্ট্য কি ?

উত্তৰঃ 

(জ) মানুহৰ শৰীৰত  বেক্টেৰিয়া, প্ৰ’ট’জৱা আৰু ভাইৰাছৰপৰা হোৱা দুটাকৈ ৰোগৰ নাম লিখা ।

উত্তৰঃ 

(ঝ) পেনিছিলিন কিহৰপৰা প্ৰস্তুত কৰা হয় ?

উত্তৰঃ 

(ঞ) কোনবিধ প্ৰট’জ’ৱাৰ দেহৰ কোনো নিৰ্দিষ্ট আকৃতি নাই ?

উত্তৰঃ  

(ট) লাইকেন বুলিলে কি বুজা ?

উত্তৰঃ 

2. খালী ঠাই পূৰ কৰাঁ ।

(ক) গাখীৰক দৈত পৰিণত কৰা অণুজীৱ নাম                 

উত্তৰঃ 

(খ) যক্ষ্মা ৰোগৰ সৃষ্টি কৰা অণুজীৱ হ’ল 

উত্তৰঃ 

(গ) কলেৰা ৰোগ এবিধৰ পৰা হয় ।

উত্তৰঃ 

(ঘ) এইডছ ৰোগ এবিধ                      জৰিত ৰোগ।

উত্তৰঃ 

(ঙ) শেলাই আৰু ভেঁকুৰৰ সহজীৱিতাক                       বুলি কোৱা হয় ।

উত্তৰঃ 

3. বিজ্ঞানসন্মত কাৰণ দিয়াঁ ।

(ক) ভাইৰাছক জীৱ আৰু জড়ৰ মধ্যাৱস্থা বুলি কোৱা হয় ।

উত্তৰঃ  

(খ) কিছুমান ভেঁকুৰ সহজীৱী হিচাপে বাস কৰে ।

উত্তৰঃ 

4. চমুটোকা লিখা ।

(ক) কৃষিকাৰ্যত বেক্টেৰিয়াৰ গুৰুত্ব ।

উত্তৰঃ 

(খ) ভেঁকুৰৰপৰা মানুহৰ উপকাৰ ।

উত্তৰঃ

(গ) প্ৰকৃতিত শেলাইৰ গুৰুত্ব ।

উত্তৰঃ 

(ঘ)  বেক্টেৰিয়াপৰা হোৱা অপকাৰ ।

উত্তৰঃ