অসমক কেইটা ভৌগালিক অঞ্চলত ভাগ কৰা হৈছে? নামবোৰ লিখা।

উত্তৰঃ তিনিটা আৰু সেয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।