অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প Chapter 16 | Class 4 Social Science Question and Answer |

(১) তলত দিয়া উদ্য়োগসমূহ অসমৰ ক’ত আছে লিখা—-

(ক) তেল শোধনাগাৰ থকা ঠাই।

উত্তৰঃ ডিগবৈ, নুমলীগড়, নুনমাটি।

(খ) কয়লা খনি থকা ঠাই।

উত্তৰঃ মাৰ্ঘেৰিটা।

(গ) জুইশলা কাৰখানা থকা ঠাই।

উত্তৰঃ ধুবুৰী।

(ঘ) কাগজ কল থকা ঠাই।

উত্তৰঃ জাগীৰোড।

(ঙ) তাপবিদ্য়ুৎ প্ৰকল্প থকা ঠাই।

উত্তৰঃ নামৰূপ, চন্দ্ৰপুৰ, চালাকাটি।

(২) অসমৰ প্ৰসিদ্ধ কুটীৰ শিল্পসমূহৰ নাম আৰু সেইবোৰ উৎপাদনৰ ঠাইৰ নাম লিখা।

উত্তৰঃ

কুটীৰ শিল্পউতপাদিত সামগ্ৰীক’ত আছে
বয়নপাট মুগাশুৱালকুছি, ঢকুৱাখানা
কাঁহকাঁহৰ বাচন-বৰ্তনসৰ্থেবাৰী
পিতলপিতলৰ বাচন-বৰ্তনহাজো
মৃতমাটিৰ সামগ্ৰীআশাৰীকান্দি(ধুবুৰী), শালমৰা(মাজুলী), তিতাবৰ
বাঁহবাঁহৰ তৈয়াৰী সামগ্ৰীনলবাৰী
বেতবেতেৰে তৈয়াৰী সামগ্ৰীশিলচৰ, গোলাঘাট
পাটীপাটীকৰিমগঞ্জ
গহনাগহনা(অসমীয়া অলংকাৰ)যোৰহাট, নগাঁও, বৰপেটা

(৩) তলত উল্লেখ কৰা সামগ্ৰীবোৰ কোনবিধ কুটীৰ শিল্পৰ দ্ধাৰা উৎপাদিত লিখা।

গামোচা, গলপতা, থুৰীয়া, টেকেলী, কাঁহী-বাতি, বিচনী, নাও, ঢাৰি, জোনবিৰি, জাকৈ।

উত্তৰঃ কুটীৰ শিল্পৰ দ্বাৰা উৎপাদিত সমগ্ৰীবোৰ হ’ল – গলপতা, থুৰীয়া, কাঁহী-বাতি, বিচনী, ঢাৰি, জোনবিৰি, জাকৈ।

Autor By- Mayur Rani Kashyap