অৰুণাচল প্ৰদেশৰ কিমান ধৰণৰ গুৰুত্বপূৰ্ণ পাছ আছে? নামবোৰ লিখা।

উত্তৰঃ চাৰি ধৰণৰ পাছ আছে। সেইবোৰ হ’ল –

(i) চৌকান পাছ

(ii) পাংচু পাছ

(iii) কায়েলা পাছ আৰু

(iv) চেলা পাছ