অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিৰ মহিলাসকলে মাটি, ঘৰ ইত্যাদিৰ দৰে স্থাৈনৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ নকৰে। তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা একমাত্ৰ বস্তুটো কি?

উত্তৰঃ গহনা।