কাৰ্বন আৰু ইয়াৰ যৌগবোৰ | Chapter 6 | Class 8 Science Lesson 6 Question and Answer Assam Jatiya Bidyalay | Class 8 New Science Chapter 6 Solution | Class 8 Science Lesson 6 Notes and Suggestion |

Chapter 6

কাৰ্বন আৰু ইয়াৰ যৌগবোৰ 

 প্রতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে । তাৰে মাত্র এটাহে শুদ্ধ উত্তৰ । শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

 ( ক ) ফটফটীয়া চূণ পানীৰ মাজেদি CO2 , গেছ পঠিয়ালে দ্ৰৱৰ 

( i ) বৰণ ঘােলা হয় । 

( ii ) বৰণৰ পৰিৱৰ্তন নঘটে

(iii) তাপ উৎপন্ন হয়

iv ) এইবােৰৰ এটাও নহয় ।

উত্তৰঃ 

 ( খ ) জল গেছত থকা উপাদান হ’ল , 

(i) CO আৰু H2

( ii ) CO ,Co2, CH4

( iii ) CO আৰু N2

(iv) CH4 আৰু ইথিন

উত্তৰঃ 

( গ ) তলত দিয়াবােৰৰ বায়ুপ্রদূষক হ’ল ,

 ( i ) O2

(ii) CO2

( iii ) CO 

( iv ) He 1

উত্তৰঃ 

 ( ঘ ) প্রডিউছাৰ গেছৰ উপাদান হ’ল , 

(i) CO, N2

( ii ) CO,H2

iii ) N2, NH3

( iv ) Co, H2, N2

উত্তৰঃ 

( ঙ ) এবিধ বৰণহীন গেছে নীলা শিখা উৎপন্ন কৰে । গেছটোৱে CO ক বিজাৰিত কৰি কার্বন উৎপন্ন কৰে । গেছটো হল , 

 ( i ) N

(ii) Co

(iii)  Co2 H2

উত্তৰঃ 

( চ ) শুকান বৰফৰ উপাদান হল , 

 ( i ) গােটা He

 ( ii ) গােটা CO2

 ( iii ) গােটা, SO2 

( iv ) গােটা  C6 H6

উত্তৰঃ  

 2. খালী ঠাই পূৰণ কৰাঁ । 

 ( ক ) আয়তন হিচাপে বায়ুমণ্ডলত শতকৰা ———– ভাগ C2O

 থাকে । 

উত্তৰঃ 

( খ ) বাইকার্বনেট যৌগ তীব্রভাৱে উত্তপ্ত কৰি ———-        গেছ পােৱা যায় । 

উত্তৰঃ 

 (গ) বায়ুৰ ———–       অপসাৰণৰদ্বাৰা CO2 গেছ সংগ্রহ কৰা হয় । 

উত্তৰঃ 

( ঘ ) চাপ বঢ়ালে  CO2 পানীত ——– দ্ৰৱীভূত হয় ।      

উত্তৰঃ 

( ঙ )  CO2ৰ জলীয় দ্রৱ হ’ল ——–    ।  

উত্তৰঃ 

( চ ) সূৰ্যৰ পােহৰত   CO2 আৰু পানীৰ বিক্রিয়াদ্বাৰা গ্রুক’জ উৎপন্ন হােৱা প্ৰক্ৰিয়াটোক ——- বোলে ।    

উত্তৰঃ 

 ( ছ ) CO গেছে তেজ —— কৰে ।

উত্তৰঃ 

(3) কার্বনৰ দুটা অক্সাইডৰ নাম লিখা । ইয়াৰ কোনবিধ অক্সাইড বেছি বিষাক্ত ? 

উত্তৰঃ 

(4) কার্বন ডাই – অক্সাইডপূর্ণ গেছজাৰ এটাত মেগনেছিয়ামৰ জ্বলা ফিটা এডাল ভৰাই দিলে ফিটাভাল উজ্জ্বলভাৱে জ্বলি উঠে কিয় ? 

উত্তৰঃ 

(5) CO2 গেছৰ দুটা ভৌতিক ধর্ম লিখা । 

উত্তৰঃ 

6. কার্বনে কিয় অসংখ্য যৌগ গঠন কৰে ?

উত্তৰঃ 

7. ছডা পানী কি ? ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয় ? 

উত্তৰঃ

৪. শুকান বৰফ কি ? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ  

 9. চাৰিবিধ কার্বন থকা যৌগৰ নাম লিখা । 

উত্তৰঃ 

10. শুদ্ধ উত্তৰটো বাছি উলিওৱা । 

( ক ) কার্বন নথকা পদাৰ্থ হ’ল ।

 ( i ) প্রটিন

 ( ii ) শ্বেতসাৰ 

( iii ) কাগজ 

( iv ) নিমখ । 

উত্তৰঃ 

( খ ) কার্বন থকা পদাৰ্থ হ’ল 

( i ) কাঠ 

( ii ) পানী 

( iii ) নিমখ 

( iv ) শুকান চুণ । 

উত্তৰ 

( গ ) কার্বন এবিধ 

( i ) ধাতু 

( ii ) অধাতু 

( iii ) জুলীয়া দ্রব্য

( iv ) এইবােৰৰ এটাও নহয় ।

উত্তৰঃ 

( ঘ ) একেটা মৌলৰ ভিন ভিন ৰূপবােৰ হ’ল । 

( i ) অৰূপ 

( ii ) সমযােগী 

( iii ) সমাকৃতিক 

( iv ) আইছ’টপ ।

উত্তৰঃ 

 ( ঙ ) কার্বনৰ এটা দানাকাৰ অৰূপ হ’ল 

( i ) এলান্ধু 

( ii ) কক

( iii ) হীৰা

( iv ) প্রাণীজ – এঙাৰ । 

উত্তৰঃ 

( চ ) তলত দিয়া কোনবিধ পদার্থ পুৰিলে কেৱল কার্বন ডাই – অক্সাইড উৎপন্ন হয় ? 

( i ) চেনি

 ( ii ) চুণশিল

 ( iii ) এলান্ধু

 ( iv ) ছালফাৰ ।

উত্তৰঃ 

( ছ ) শিখা প্রস্তুত কৰিবলৈ হ’লে পদার্থটো কোন অৱস্থাত থাকিব লাগিব ? 

( i ) কঠিন

 ( ii ) জুলীয়া 

( iii ) গেছীয়

 ( iv ) এটাও নহয় । 

উত্তৰঃ

( জ ) তলত দিয়াবােৰৰ কোনটো আটাইতকৈ কঠিন ? 

( i ) ছডিয়াম 

( ii ) আইৰণ

 ( iii ) হীৰা 

( iv ) গ্রেফাইট । 

উত্তৰঃ

( ঝ ) গ্রেফাইট ব্যৱহাৰ কৰা হয় 

( i ) কাচ কাটিবলৈ

( ii ) অলংকাৰত 

( iii ) ক’লা চিয়াহী প্রস্তুত কৰিবলৈ 

( iv ) বিদ্যুদ্বাৰ হিচাবে । 

উত্তৰঃ 

( ঞ ) আইৰণত মামৰে ধৰা প্রক্রিয়াটো হ’ল ।

 ( i ) দহন 

( ii ) বিস্ফোৰণ 

( iii ) প্রজ্জ্বলন

 ( iv ) এইবােৰৰ এটাও নহয় । 

উত্তৰঃ 

11. তলত দিয়া উক্তিবােৰৰ কোনবােৰ শুদ্ধ ? অশুদ্ধ উক্তিবােৰ শুদ্ধকৈ লিখা । 

( ক ) হীৰাৰ গঠন চতুফলকীয় । 

উত্তৰঃ 

( খ ) কেৰাচিন তেলত কার্বন নাথাকে ।

উত্তৰঃ 

( গ ) কার্বন অবৰূপসমূহৰ ৰাসায়নিক ধর্ম বেলেগ ।

উত্তৰঃ 

( ঘ ) কার্বনৰ অবৰূপ গ্রেফাইট কোমল । 

উত্তৰঃ

( ঙ ) এলান্ধু পুৰিলে কার্বন ডাই – অক্সাইড গেছ উৎপন্ন হয় । 

( চ ) চেনি পুৰি যি কার্বন পােৱা যায় , সেই কার্বন শুদ্ধ কার্বন নহয় । 

উত্তৰঃ 

ছ ) বগা ফছফৰাছ মুকলি অৱস্থাত ৰাখিব পাৰি । 

উত্তৰঃ 

12. কার্বন থকা দুটা 

( i ) জৈৱ যৌগ ,

 ( ii ) দুটা খনিজ দ্রব্যৰ নাম লিখা । 

উত্তৰঃ (

13. কার্বনৰ মূল অবৰূপ দুটাৰ নাম লিখা । 

উত্তৰঃ 

14. হীৰা , গ্রেফাইট আৰু এঙাৰৰ দুটাকৈ ব্যৱহাৰ লিখা । 

উত্তৰঃ

15. গ্রেফাইট কিয় কোমল আৰু পিচ্ছিলকাৰক তাৰ গঠন চিত্ৰৰ সহায়ত বুজাই লিখা ।

উত্তৰঃ 

16. দহন কাক বােলে ? দাহ্য পদার্থ এটা দাহিত কৰিবলৈ কি কি চৰ্তৰ প্রয়ােজন ? 

উত্তৰঃ 

17. জ্বলি থকা মমবাতি এডাল এটা কাচৰ গিলাচেৰে ঢাকি ধৰিলে কি ঘটে বুজাই লিখা ।

উত্তৰঃ 

 18. প্রজ্জ্বলন উষ্ণতা কি ? এই উষ্ণতাৰ লগত দহনৰ সম্বন্ধ কি ?

উত্তৰঃ 

19. বিস্ফোৰণ মানে কি বুজা ? এটা উদাহৰণ দিয়া । 

উত্তৰঃ

20. শিখা কি ? ই কেনেদৰে সৃষ্টি হয় ?

উত্তৰঃ 

21. মমবাতিৰ শিখাৰপৰা আমি কিয় পােহৰ পাওঁ ? 

উত্তৰঃ 

22. এলপিজি জ্বলিলে কিয় পােহৰ নাপাওঁ ?

উত্তৰঃ 

23. তলত দিয়া ( ক ) স্তম্ভৰ লগত ( খ ) স্তম্ভ মিলােৱা ।

উত্তৰঃ