চাপ আৰু প্লাৱিতা | Chapter 9 | Class 8 Science Lesson 9 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 New Science Lesson 9 Solution | Class 8 Science Chapter 9 Notes and Suggestio Assam Jatiya Bidyalay |

অনুশীলনী

1. বস্তুৰ ওজন মানে কি ? ওজন এবিধ বল হয় নে ?

উত্তৰঃ 

2. ১কিগ্ৰা. -বল বা ১কিগ্ৰা.- ওজন মানে কি ?

উত্তৰঃ 

3. এখন টেবুলৰ ওপৰত বস্তু এটা ৰাখিলে টেবুলখনৰ ওপৰত কি বল প্ৰয়োগ হয় ?

উত্তৰঃ 

4. চাপ কাক বােলে ?

উত্তৰঃ 

5. চাপ ( P ) , ক্ষেত্রফল ( A ) আৰু প্রয়ােগ হােৱা বলৰ ( F ) সম্বন্ধটো লিখা ।

উত্তৰঃ 

6. এটা বাকচৰ ভৰ 5 কিগ্রা . , ইয়াৰ ডাঙৰ পিঠিখনৰ ক্ষেত্রফল 300 বর্গ ছেমি . আৰু সৰু পিঠিখনৰ ক্ষেত্রফল 200 বর্গ ছেমি .। টেবুল এখনৰ ওপৰত প্ৰথমতে সৰু পিঠিখন আৰু পিছত ডাঙৰ পিঠিখন থ’লে চাপ কিমান কিমান হ’ব ? ( উত্তৰ : 0.0166 কিগ্রা – ওজন / বর্গ ছেমি , আৰু 0.025 কিগ্রা ওজন / বর্গ ছেমি . ) 

উত্তৰঃ 

7. তুলিতকৈ কাঠত শুলে আমি কিয় বেছি কষ্ট পাওঁ ?

উত্তৰঃ 

8. অধ্যায়টোত থকা বালিৰ পৰীক্ষাটোত বহল টেমাতকৈ দীঘল নলীডালৰ তলপিনে বালিখিনি টান হৈ পৰে । ইয়াৰ কাৰণ ব্যাখ্যা কৰা । 

উত্তৰঃ 

9. 5 কিগ্রাৰ বাকচ এটা 

( ক ) টেবুলৰ বা চকীৰ ওপৰত আৰু 

( খ ) মাটিৰ ওপৰত থলে কিমান বল প্রয়ােগ হ’ব ? 

উত্তৰঃ 

10. এটা 1 কিগ্রা . – ওজনৰ বাকচ আৰু এটা 10 কিগ্রা . – ওজনৰ বাকচে এখন টেবুলৰ ওপৰত সমান চাপ দিয়ে । এই উক্তিটো শুদ্ধ হ’ব পাৰেনে ? 

উত্তৰঃ 

11. এটা বাকচৰ সকলােকেইখন পিঠি এখন এখনকৈ টেবুলত থােৱাত সমান চাপ দিলে । ইয়াৰপৰা আমি কি বুজিব পাৰোঁ ? 

উত্তৰঃ 

12. খালি ঠাই পূৰণ কৰাঁ ।

 ( ক ) তৰলৰ —— কাৰণে পাত্ৰৰ বেৰত ই —– দিয়ে ।

উত্তৰঃ 

 ( খ ) চাপ —— প্ৰকাৰৰ , ——, —— আৰু ——- ।

উত্তৰঃ

13. জুলীয়া পদাৰ্থৰ নিম্নচাপ কাক বােলে ? নিম্নচাপ প্রদর্শন কৰিবলৈ এটা সৰল পৰীক্ষা বর্ণনা কৰাঁ । 

উত্তৰঃ 

14. জুলীয়া পদাৰ্থৰ পার্শ্বচাপ কাক বােলে ? পার্শ্বচাপ প্রদর্শন কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । জুলীয়া পদাৰ্থৰ চাপ যে গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে পৰীক্ষাটোত দেখুৱাব পাৰিনে ? 

উত্তৰঃ 

15. একে গভীৰতাত জুলীয়া পদাৰ্থৰ চাপ সকলাে দিশতে যে সমান তাৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰা । 

উত্তৰঃ 

16. জুলীয়া পদাৰ্থৰ চাপৰ দুটা ব্যৱহাৰ উল্লেখ কৰাঁ । 

উত্তৰঃ 

17. এটা পাত্র বা বেলুনত গেছ আবদ্ধ কৰিলে কি কাৰণত চাপৰ সৃষ্টি হয় ?

উত্তৰঃ 

18. শুদ্ধ নে অশুদ্ধ লিখা । 

( ক ) আবদ্ধ পাত্ৰৰ বেৰত গেছে একক ক্ষেত্রফলত প্ৰয়ােগ কৰা বলকেই গেছৰ চাপ বােলে । 

উত্তৰঃ

( খ ) বেলুন এটাৰ ভিত গেমখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি নহয় ।

উত্তৰঃ 

19. খালি ঠাই পূৰণ কৰাঁ । 

( ক ) বেলুন এটাৰ ভিতৰৰ বেৰত অনুৱে —– কাৰণে গেছৰ চাপ সৃষ্টি হয় । 

উত্তৰঃ 

(খ) আবদ্ধ গেছৰ চাপ ———- আৰু ——- বাঢ়িলে বাঢ়ে ।

উত্তৰঃ

 ( গ ) চাইলে পাৰ পিষ্টন ভিতৰলৈ ঠেলিলে চাইকেলৰ টিউবত গেৰ চাপ ——– । অণুৰ —- বৃদ্ধি হােৱা কাৰণেও চাপ বাঢ়ে ।

উত্তৰঃ উত্তৰঃ 

 20. এটা বায়ুপূর্ণ বেলুনত 1000 টা মাখি ভৰােৱাত দেখা গ’ল মাখিয়ে বেলুনৰ বেৰত সঘনাই খুন্দিয়াব ধৰিছে । এতিয়া তলৰ বাক্যটো পূর্ণ কৰাঁ । বেলুনৰ ভিতৰত মুঠ চাপ =গেছখিনিৰ  চাপ + ——-খুন্দা মৰাৰ ফলত হোৱা চাপ ।

উত্তৰঃ

 এটা অতি ক্ষুদ্র বেলুনৰ ভিতৰত 1000 কোটি গেৰ অণু আছে । নতুনকৈ 2000 কোটি অণু ভৰােৱা হ’ল । তলৰ বাক্যটো সম্পূর্ণ কৰাঁ । আগতে গেছৰ চাপ P হলে নতুন চাপ হব —— ।

উত্তৰঃ 

22.  বাক্যটো পূর্ণ কৰা । 

এটা বেলুন ৰদত থলে —– বৃদ্ধি হয় কাৰণে ——– বাঢ়ে আৰু বেলুনটো অলপ ডাঙৰ হয়

উত্তৰঃ 

 23. বাক্যটো পূর্ণ । এটা বায়ুপূর্ণ বেলুন পানীৰ তললৈ নিলে পানীৰ চাপে বেলুনটো হেঁচি ধৰে ; বেলুন বাড়ে । 

উত্তৰঃ 

24. গেছে পাত্ৰৰ বেৰত লম্বভাৱে চাপ দিয়াৰ প্রদর্শনমূলক পৰীক্ষা এটা বর্ণনা কৰাঁ । 

উত্তৰঃ

25. বায়ুমণ্ডলৰ বায়ু আবদ্ধ নহয় । তথাপি ভূ – পৃষ্ঠত কেনেকৈ চাপ সৃষ্টি হয় ? 

উত্তৰঃ 

26 , এক বায়ুমণ্ডলীয় চাপ কিমান ? 

উত্তৰঃ 

27. বায়ুৰ চাপে জুলীয়া পদাৰ্থৰ স্তম্ভ দাঙি ৰাবি পৰা প্ৰীক্ষা এটা বর্ণনা কৰাঁ ।

উত্তৰঃ 

 28. বায়ুৰ চাপ 76 ছেমি , পাৰা মানে কি ? 

উত্তৰঃ 

29. শােষক পাম্পৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰা ।

উত্তৰঃ 

30. ছাইফ’নৰ লেবেলযুক্ত চিত্র আঁকি বর্ণনা কৰাঁ । 

উত্তৰঃ

31. খালি ঠাই পূৰ কৰাঁ । 

( ক ) পৃথিৱীৰ ওপৰলৈ বায়ুৰ ———- আৰু ———— ক্রমে কমি আহে । 

উত্তৰঃ

( খ ) ওপৰত বায়ুৰ ——— কম আৰু সেইবাবে ———- লােৱাত আমাৰ কষ্ট হয় । 

উত্তৰঃ

32. পাস্কেলৰ বিধিটো লিখা । ইয়াক প্রদর্শনৰ এটা সৰল পৰীক্ষা বর্ণোৱা ।

উত্তৰঃ 

33. এটা বেলুনত গেছ ভৰাই থাকিলে কি কি ৰাশি সলনি হ’ব ? চাপৰ সঞ্চালন কেনে হ’ব ? 

উত্তৰঃ 

34. প্লাৱিতা কাক কয় ? এই বলৰ অস্তিত্ব বুজাবলৈ এটা নিৰীক্ষণ বর্ণনা কৰাঁ । 

উত্তৰঃ 

35. খালি ঠাই পূর্ণ কৰাঁ ।

 ( ক ) প্লাৱিতাৰ দিশ ——–। 

উত্তৰঃ

( খ ) প্লাৱিতাৰ কাৰণে তৰলত নিমগ্ন বস্তুৰ ——- কমে । 

উত্তৰঃ 

36. আর্কিমিডিছৰ নীতিটো লিখা । ইয়াৰ প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ । আর্কিমিডিছৰ নীতিৰ এটা ব্যৱহাৰ লিখা । 

উত্তৰঃ

37. কোনাে এটা বস্তু এবিধ তৰলত ওপঙি থকা , তৰলৰ ভিতৰত ওপঙি থকা আৰু ডুবি যােৱাৰ চৰ্তবােৰ লিখা ।

উত্তৰঃ 

 38. বস্তুৰ ঘনত্ব তৰলৰ ঘনত্বতকৈ কম হলে , সমান হলে আৰু বেছি হ’লে কি হ’ব লিখা । 

উত্তৰঃ 

39. কিয় হয় লিখা ।

(ক) বৰফ পানীত ওপঙে

উত্তৰঃ 

 ( খ ) জাহাজ পানীত ওপঙে ।

উত্তৰঃ 

 ( গ ) পানীত ছাবমেৰিণ ওপৰত , মাজত আৰু তলিত থাকিব পাৰে । 

উত্তৰঃ