জীৱজগতঃ কোষ | Chapter 1 | Class 8 Science Chapter 1 Question and Answer Assam Jatiya Bidyalay | Class VIII Science Lesson 1 Solution | Class 8 Science Lesson 1 Notes and Suggestion AJB |

অধ্যায়ঃ ১

জীৱজগতঃ কোষ

1. উত্তৰ দিয়া।

(ক) কোষ নামটো কোনে দিয়ে?

উত্তৰঃ 

(খ) বেক্টেৰিয়া কোনে আৱিস্কাৰ কৰিছিল?

উত্তৰঃ 

(গ) জীৱৰ দেহ কোষৰদ্বাৰা গঠিত বুলি কোনে পৰীক্ষাৰদ্বাৰা প্ৰতিপন্ন কৰে ?

উত্তৰঃ 

(ঘ) কোষৰ প্ৰধান ভাগ দুটা কি কি?

উত্তৰঃ 

(ঙ) কলা কি ?

উত্তৰঃ 

(চ) ক্ৰ’মজ’ম কি ?

উত্তৰঃ 

2. কোষবিভাজন বুলিলে কি বুজা ?

উত্তৰঃ 

3. মাইট’কন্ড্ৰিয়াক কোষৰ ‘শক্তি কেন্দ্ৰ’ বুলি কিয় কোৱা হয় ?

উত্তৰঃ 

4. ডি এন এৰ সম্পূৰ্ণ নাম কি ? ইয়াক ক’ত পোৱা যায় ?

উত্তৰঃ

৫. নিউক্লিঅ’লাছ আৰু ৰাইব’জ’ম কি?

উত্তৰঃ 

৬. প্ৰ’কেৰিঅ’ট আৰু ইউকেৰিঅ’ট কোষৰ পাৰ্থক্য় লিখা।

উত্তৰঃ 

7. উদ্ভিদকোষত থকা কিন্তু প্ৰাণীকোষত নথকা আৰু প্ৰাণীকোষত থকা কিন্তু উদ্ভিদকোষত নথকা অতিৰিক্ত গঠনসমূহৰ  উল্লেখ কৰাঁ। 

উত্তৰঃ 

 8. উদ্ভিদকোষ আৰু প্ৰাণীকোষৰ মাজত পাৰ্থক্য বৰ্ণনা কৰা ।

উত্তৰঃ 

9. চমুকৈ লিখা ।

(ক) প্লাষ্টিডঃ 

উত্তৰঃ

(খ) গলগি সংঘঃ 

উত্তৰঃ 

(গ) লাইছজমঃ

উত্তৰঃ 

(ঘ) ছেন্ট্ৰজমঃ

উত্তৰঃ 

(ঙ) ৰসধানীঃ

উত্তৰঃ 

(চ) কোষপ্ৰৰসঃ

উত্তৰঃ