দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন | Chapter 7 | Class 8 Science Lesson 7 Question and Answer Assam Jatiya Bidyalay | Class 8 New Science Chapter 7 Solution | Class 8 New Science Model Books AJB | Class 8 Science Lesson 7 Answer |

Chapter 7

দ্ৰব্য আৰু আমাৰ দৈনন্দিন জীৱন

1. শুদ্ধ উত্তৰটোৰ বাছি উলিওৱাঁ ।

(ক) তাপস্থাপিত প্লাষ্টিক হ’ল 

i. বেকেলাইট 

ii. পলিথিন 

iii. ছেলুলুয়ড 

iv. পিভিছি 

উত্তৰঃ

 (খ) ভিনাইল ক্লৰাইডৰ বহুযোগীকৰণৰ ফলত উপ্লাষ্টিক । 

 ( i ) পলিথিন ।

( ii ) পলিভিনাইল ক্লৰাইড 

( iii ) বেকেলাইট 

( iv ) প্লাষ্টিক 

উত্তৰঃ

( গ ) তলৰ কোনটো প্লাষ্টিক নহয় ?

(i) পিভিছি 

(ii) থায়কল

(iii) পলিথিন ।

(iv) বেকেলাইট 

উত্তৰঃ 

(ঘ) তলত কোনটো সাংশ্লেষিক ৰবৰ ?

 ( i ) নিঅপ্রিন 

( ii ) পিভিছি 

( iii ) পলিইউৰেথেন

 ( iv ) পলিষ্টাইৰিণ 

উত্তৰঃ 

2. খালী ঠাই পূৰ কৰাঁ । 

( ক ) ইথিলিনৰ বহুযোগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো হ’ল —— । 

উত্তৰঃ 

(খ) বেকেলাইট —— প্লাষ্টিক ।

উত্তৰঃ 

(গ) প্রাকৃতিক বহুযােগী ——- ৰপৰা ৰেয়ন প্রস্তুত কৰা হয় ।

উত্তৰঃ 

( ঘ ) ছেলুলজ নাইট্রেটৰপৰা —— উৎপন্ন কৰা হয় । 

উত্তৰঃ 

3 . চাৰিবিধ প্রাকৃতিক বহুযােগীৰ নাম লিখা । 

উত্তৰঃ 

4. সাংশ্লেষিক বহুযোগী কাক বােলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?

উত্তৰঃ

 5 . প্লাষ্টিক কি ? ই কেইপ্ৰকাৰৰ ? প্রতিবিধৰ এটাকৈ উদাহৰণ দিয়া ।

উত্তৰঃ 

 6 . ভিনাইল ক্ল’ৰাইডৰ বহুযোগীকৰণৰদ্বাৰা প্ৰস্তুত কৰা প্লাষ্টিকবিধ কি ? এই প্লাষ্টিকবিধৰ ব্যৱহাৰ লিখা 

উত্তৰঃ 

7. ভালকেনাইজেচন কি ? দুবিধ সাংশ্লেষিক ৰবৰৰ নাম লিখা।

উত্তৰঃ 

 8. তন্তু কি ? চাৰিবিধ সাংশ্লেষিক তন্তুৰ নাম লিখা । 

উত্তৰঃ

 9. বহুযােগীকৰণ কি ?

উত্তৰঃ 

 10. সাংশ্লেষিক তন্তুৰ তিনিটা প্রধান বৈশিষ্ট্য লিখা । 

উত্তৰঃ 

11. পলিথিন কি ? ইয়াক কিদৰে প্ৰস্তুত কৰা হয় ? 

উত্তৰঃ 

 12. বেকেলাইট কি ? বেকেলাইট প্রস্তুতকৰণৰ বাবে প্রয়ােজনীয় দ্রব্যসমূহ কি কি ? ইয়াৰ দুটা ব্যৱহাৰ লিখা । 

উত্তৰঃ 

3. প্লাষ্টিক ব্যৱহাৰৰপৰা হােৱা সমস্যাসমূহ লিখা । 

উত্তৰঃ 

14. পলিথিনৰ প্ৰধান ৰূপ দুটা কি কি ? প্ৰতিটো ৰূপৰে এটাকৈ ব্যৱহাৰ লিখা। 

উত্তৰঃ 

 15. তলত উল্লেখ কৰা বহুযােগীসমূহৰ প্রতিটোৰে এটাকৈ ব্যৱহাৰ লিখা ।

বেকেলাইট , টেৰিলিন , পলিপ্র’পিন , পিভিছি , নাইলন । 

উত্তৰঃ 

16 , তলৰ কোনবােৰ জৈৱিক বিভংগনীয় আৰু কোনবােৰ জৈৱিক অবিভংগনীয় দ্রব্য ?

 কাগজ , পলিথিন বেগ , ঘাঁহ – বন , মৰা শ , নাইলন । 

উত্তৰঃ