ধাতু আৰু ইয়াৰ ব্যৱহাৰ | Chapter 5 | Class 8 Science Lesson 5 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Science Chapter 5 Solution | Class 8 Science Lesson 5 Notes and Suggestion |

অধ্যায় ৫

ধাতু আৰু ইয়াৰ ব্যৱহাৰ

অনুশীলনী

1. প্ৰতিটো প্ৰশ্ন চাৰিটাকৈ উত্তৰ দিয়া আছে । শুদ্ধটো বাছি উলিওৱাঁ ।

(ক) ধাতুকল্প হ’ল- 

(i) আৰ্ছেনিক ।

(ii) ছডিয়াম । 

(iii) আইন ।

(iv) কপাৰ ।

উত্তৰঃ 

(খ) সাধাৰণ উষ্ণতাত থকা জুলীয়া ধাতু হ’ল –

(i) পটেছিয়াম ।

(ii) মাৰ্কাৰি ।

 (iii) জিংক ।

(iv) মেগনেছিয়াম ।

উত্তৰঃ 

(গ) প্ৰায়বোৰ ধাতু বিদ্যুতৰ-

(i) পৰিবাহী ।

(ii) অপৰিবাহী ।

(iii) কুপৰিবাহী ।

(iv) এইবোৰৰ এটাও নহয় । 

উত্তৰঃ 

(ঘ) কৰ্কটৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা ধাতু হল-

(i) ক’বাল্ট ।

(ii) জিংক ।

(iii) কিলছিয়াম । 

(iv) ছ’ডিয়াম।

উত্তৰঃ 

(ঙ) এলুমিনিয়াম ধাতুৰ আকাৰিকৰ নাম হ’ল- 

(i) ৰেড হেমেটাইট ।

(ii) গেলেনা ।

(iii) বক্সাইট ।

(iv) এইবোৰৰ এটাও নহয় ।

উত্তৰঃ 

 ( চ ) মেগনেছিয়ামৰ ফিটা এডাল পুৰিলে উৎপন্ন হােৱা ছাইখিনিৰ ওজন ফিটাডালৰ ওজনতকৈ-

 ( i ) কম ।

( ii) বেছি ।

( iii ) সমান ।

( iv ) এটাও নহয় ।

উত্তৰঃ 

 ( ছ ) সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্রিয়া কৰি হাইড্র’জেন প্রস্তুত কৰা ধাতুটো হ’ল-

( i ) ছ’ডিয়াম ।

( ii ) কেলছিয়াম ।

( iii ) কপাৰ ।

( iv ) আইৰণ । 

উত্তৰঃ 

( জ ) পিতল এবিধ –

( i ) যৌগ ।

 ( ii ) সংকৰ ধাতু ।

( iii ) মৌল ।

( iv ) আকৰিক । 

উত্তৰঃ 

( ঝ ) আইৰণত মামৰে ধৰিবলৈ প্রয়ােজনীয় উপাদান হ’ল –

( i ) উতলা পানী ।

( ii ) অক্সিজেন গেছ ।

( iii ) শুকান বায়ু ।

 ( iv ) সেমেকা বায়ু ।

উত্তৰঃ 

 2. মেগনেছিয়াম ধাতুৰ অক্সাইড ক্ষাৰকীয় বুলি সাব্যস্ত কৰিবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ  

3. আইৰণত মামৰে ধৰিবলৈ যে সেমেকা বায়ুৰ প্ৰয়ােজন তাক দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ  

 4. শুদ্ধ অংশত ✓ চিন দিয়া। 

(ক) পটেছিয়াম দহন কৰিলে উৎপন্ন হােৱা অক্সাইড হ’ল আম্লিক অক্সাইড / ক্ষাৰকীয় অক্সাইড ।

উত্তৰঃ 

(খ) ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় হয় / নহয় ।

উত্তৰঃ 

(গ) মেগনেছিয়ামে চেঁচা পানীৰ লগত বিক্রিয়া কৰে / নকৰে ।

উত্তৰঃ 

(ঘ) সকলােবােৰ ধাতু সাধাৰণ উষ্ণতাত কঠিন হয় / নহয় ।

উত্তৰঃ

(ঙ) নিষ্কলংক তীখাত থকা মৌলসমূহ হ’ল আইৰণ , নিকেল , ক্রমিয়াম আৰু কার্বন । হয় / নহয় ।

উত্তৰঃ 

( চ ) সক্রিয়তাৰ ভিত্তিত ধাতুসমূহৰ ক্ৰম হ’ল K < Mg < Cu < Au ৷ শুদ্ধ / অশুদ্ধ ।

উত্তৰঃ

( ছ ) কপাৰৰ তাঁৰ এডাল ছিলভাৰ নাইট্রেটৰ দ্ৰৱত ডুবাই ৰাখিলে তাৰডালত উজ্জ্বল বৰণৰ ছিলভাৰ টোপাল লাগি ধৰে । শুদ্ধ / অশুদ্ধ ।

উত্তৰঃ 

5. তলত বর্ণনা কৰা বিক্রিয়াসমূহৰ ৰাসায়নিক সমতুল সমীকৰণ লিখাঁ ।  

( ক ) ৰঙাকৈ গৰম কৰা আইৰণৰ গুড়িৰ ওপৰেৰে পানীৰ ভাপ যাব দিয়া হ’ল ।

উত্তৰঃ 

 ( খ ) কপাৰ ছালফেটৰ দ্ৰৱত জিংকৰ গুড়ি যােগ কৰা হ’ল ।

উত্তৰঃ 

( গ ) এলুমিনিয়াম ধাতুৰ পাতৰ লগত লঘু হাইড্র’ক্লৰিক এছিড যােগ কৰা হ’ল ।

উত্তৰঃ  

 6. ধাতু কি ? ছটা ধাতুৰ নাম আৰু চিহ্ন লিখা । 

উত্তৰঃ 

 7. মণিক কি ? কোনবােৰ মণিকক আকৰিক বােলে ?

উত্তৰঃ 

 ৪ , আইৰণ , জিংক , কপাৰৰ এটাকৈ আকৰিকৰ নাম আৰু সংকেত লিখা ।

উত্তৰঃ 

 9. সংকৰ ধাতু কি ? কপাৰৰ তিনিটা সংকৰ ধাতুৰ নাম আৰু ব্যৱহাৰ লিখা । 

উত্তৰঃ 

10. প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা দুটা ধাতুৰ নাম লিখাঁ ।

উত্তৰঃ 

l1 , ক্ষয়ীভৱন প্রক্রিয়া কেনেদৰে সংঘটিত হয় বুজাই লিখাঁ ।

উত্তৰঃ 

12. দস্তালেপন কি ? ইয়াক কেতিয়া প্রয়ােগ কৰা হয় ? 

উত্তৰঃ 

13. ধাতুৰ ক্ষয়ৰােধৰ দুটা পদ্ধতি বর্ণনা কৰাঁ ।

উত্তৰঃ