পৰামাণুৰ গঠন | Chapter 11 | Class 8 Science Lesson 11 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Science Lesson 11 Solution | Class 8 Science Chapter 11 Important Answer Assam Jatiya Bidyalay |

অধ্যায় ১১

পৰামাণুৰ গঠন

1.  i)ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন হল 

ক) নিলছ বৰ 

খ) গল্ডষ্টেইন 

গ) ৰাদাৰফৰ্ড

ঘ) থমছন 

উত্তৰঃ

ii) নিউট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন হল 

ক) থমছন 

খ) ছেড্উইক

গ) ৰাদাৰফৰ্ড

ঘ) প্ৰিষ্টলি ।

উত্তৰঃ 

( iii ) পৰমাণুত থকা সমান সমান সংখ্যক মৌলিক কণিকা হল

( ক ) প্রটিন আৰু ইলেকট্রন 

( খ ) নিউট্রন আৰু ইলেকট্রন 

( গ ) প্রটন আৰু নিউট্রন

( ঘ ) এইবােৰৰ এটাও নহয় । 

উত্তৰঃ 

( iv ) নিউক্লিয়াছত থকা কণিকাসমূহ হ’ল 

( ক ) প্র’টন আৰু নিউট্রন

( খ ) নিউট্রন আৰু ইলেকট্রন 

( গ ) প্ৰ’টন আৰু ইলেকট্রন 

( ঘ ) প্রটন , নিউট্রন আৰু ইলেকট্রন । 

উত্তৰঃ 

( v ) ইলেকট্রনৰ আধানৰ মান উলিওৱা বিজ্ঞানীজন হ’ল 

( ক ) থমছন । 

( খ ) মিলিকান 

( গ ) ৰাদাফ’র্ড

(ঘ) ছেড্উইক । 

উত্তৰঃ

( vi ) ইলেকট্রনৰ ভৰ হ’ল 

উত্তৰঃ  



( vii ) মৌল এটাৰ পাৰমাণবিক সংখ্যা হ’ল 

( ক ) নিউক্লিয়াছত থকা নিউট্রন সংখ্যা 

( খ ) মৌলটোৰ ইলেকট্রন সংখ্যা

( গ ) মৌলটোৰ যােজ্যতা 

( ঘ ) নিউক্লিয়াছত থকা প্ৰ’টিনৰ সংখ্যা ।

উত্তৰঃ 

 ( viii ) ৰাদাৰফৰ্ডৰ পৰীক্ষাৰপৰা ধাৰণা কৰিব পৰা বিষয়টো হ’ল

( ক ) নিউক্লিয়াছৰ আকাৰ 

( খ ) পৰমাণুৰ আকাৰ 

( গ ) ইলেকট্রনৰ আকাৰ 

( ঘ ) নিউট্রনৰ আকাৰ । 

উত্তৰঃ 

( ix ) পৰমাণুৰ ব্যাস প্রায় 

(ক10– 10 মি.

() 10-12 মি.

() 10-15 মি.

() 10-8 মি.

উত্তৰঃ 

( x ) নিউক্লিয়াছত 20 টা প্রটন থকা পৰমাণুটোৰ ইলেকট্রন সংখ্যা হল ,

( ক ) 20 ) 

( খ ) 19 

( গ ) 18 

( ঘ ) 17

উত্তৰঃ

( xi ) কোনটো পৰমাণুত নিউট্রন সংখ্যা কম ? 

উত্তৰঃ  

( xii ) হাইড্রজেন পৰমাণুত (  H ) ত থকা নিউট্রন সংখ্যা হ’ল , 

 ( ক ) 0

( খ ) 1 

( গ ) 2 

( ঘ ) 3 

উত্তৰঃ 

(ক) ৪ টা প্ৰটন , ৪ টা নিউট্রন , ৪ টা ইলেকট্রন 

(খ) ৬ টা প্ৰটন, ১০ টা নিউট্ৰন, ৪টা ইলেকট্ৰন 

(গ) ১০ টা প্ৰটন ৬ টা নিউট্ৰন ৪ টা ইলেকট্ৰন 

(ঘ) ইয়াৰ এটাও নহয় ।

উত্তৰঃ  

(xiv) এটা মৌলিক আইছটপসমূহত থকা 

(ক) নিউট্ৰন সংখ্যা সমান 

(খ) প্ৰটনৰ সংখ্যা সমান

(গ) পৰমাণুৰ ভৰ সমান

(ঘ) প্ৰটন+ নিউট্ৰনৰ সংখ্যা একে ।

উত্তৰঃ 

(xv) n তম শক্তিপথত থাকিব পৰা সৰ্বাধিক ইলেকট্ৰনৰ সংখ্যা হ’ল

উত্তৰঃ 

2. খালী ঠাই পূৰণ কৰা ।

i. ———- পৰমাণুৰ নিউক্লিয়াছত নিউট্ৰন নাথাকে ।

উত্তৰঃ 

ii. এটা পৰমাণুত থকা ইলেকট্ৰনৰ সংখ্যা পৰমাণুত থকা ——– সংখ্যাৰ সমান ।

উত্তৰঃ 

iii. ইলেকট্ৰন এটাৰ আধানৰ মান —–কুলম্ব ।

উত্তৰঃ 

iv. এটা প্ৰটনৰ ভৰ —— গ্ৰাম।

উত্তৰঃ 

v. আইছটপসমূহৰ নিউক্লিয়াছত বেলেগ বেলেগ সংখ্যা ——– থাকে ।

উত্তৰঃ 

( vi ) এটা মৌলৰ বিভিন্ন ভৰৰ পৰমাণুক ——– বোলে ।

উত্তৰঃ  

( vii ) পৰমাণু এটাৰ ভৰ পৰমাণুত থকা ——– আৰু——- ৰ সংখ্যা ওপৰত নিৰ্ভৰ কৰে ।

উত্তৰঃ  

( viii ) পৰমাণুৰ L খােলত থকা ইলেকট্রনৰ সর্বাধিক সংখ্যা হ’ল ——— | 

উত্তৰঃ 

( ix ) নিউক্লিয়াছৰপৰা আঁতৰি গ’লে কক্ষপথৰ শক্তি ——– যায় । 

উত্তৰঃ 

3 . তলত দিয়া বাক্যবােৰ শুদ্ধ নে ভুল ? ভুল বাক্যবােৰ শুদ্ধকৈ লিখা । 

( i ) পৰমাণু অভিভাজ্য কণিকা ।

উত্তৰঃ 

( ii ) নিউট্রনৰ আধান ধনাত্নক । 

উত্তৰঃ

( iii ) এটা মৌলৰ বিভিন্ন আইছ’টপত একে সংখ্যক নিউট্রন থাকে । উত্তৰঃ ভূল ( iv ) পৰমাণুৰ এটাৰ ভৰ হ’ল নিউক্লিয়াছটোৰ ভৰ । 

উত্তৰঃ

( v ) ইলেকট্রনৰ ভৰ প্ৰটিনৰ ভৰৰ সমান । 

উত্তৰঃ 

( vi ) অক্সিজেন পৰমাণুৰ বহিঃখােলত 6 টা ইলেকট্রন থাকে । উত্তৰঃ শুদ্ধ ( vii ) ডয়টেৰিয়াম আৰু হাইড্রজেন পৰমাণুৰ ভৰ একে । উত্তৰঃ ভূল 4 . পৰমাণুত থকা তিনিটা মৌলিক কণিকাৰ নাম লিখা । ইহঁতৰ প্ৰতিটোৰে আধান আৰু ভৰ লিখা ।

উত্তৰঃ 

 5 . ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মূল কথাখিনি লিখা । 

উত্তৰঃ 

6 . ৰাদাৰফ’ৰ্ডৰ পৰীক্ষাৰপৰা লাভ কৰা সিদ্ধান্তসমূহ লিখা । 

উত্তৰঃ 

7. আইছ’টপৰ সংজ্ঞা লিখা । হাইড্রজেনৰ আইছটপবােৰৰ নাম আৰু চিহ্ন লিখা । 

উত্তৰঃ