ভূমিকম্প – এটা প্ৰাকৃতিক দুৰ্যোগ | Chapter 15 | Class 8 Science Lesson 15 Question and Answer Assam Jatiya Bidyalay | Jatiya Bidyalay Class 8 Science Chapter 15 Solution | Class 8 Science Lesson 15 Important Answer Assam Jatiya Bidyalay |

Chapter 15

ভূমিকম্প – এটা প্ৰাকৃতিক দুৰ্যোগ

 1. অতি চমুকৈ উত্তৰ দিয়া ।

(i) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?

উত্তৰঃ 

(ii) প্লেট বা ফলক কি ?

উত্তৰঃ 

(iii) ফলক একোখন কিমান ডাঠ ?

উত্তৰঃ 

(iv) ভূমিকম্পৰ উৎপত্তি সম্পৰ্কে আগবঢ়োৱা তত্ত্ববোৰৰ ভিতৰত সবাতোকৈ গ্ৰহণযোগ্য তত্ত্বটো কি ?

উত্তৰঃ 

(v) ভাৰতীয় উপমহাদেশখন অৱস্থিত ফলকখনৰ নাম কি ?

উত্তৰঃ 

(vi) ভূমিকম্পপ্ৰৱণ বলয় দুটা কি কি ?

উত্তৰঃ 

(vii) ভূমিকম্পৰ কেন্দ্ৰ আৰু অধিকেন্দ্ৰ কি ?

উত্তৰঃ 

(viii) ভূপৃষ্ঠৰপৰা ভূমিকম্পৰ কেন্দ্ৰৰ গভীৰতা বঢ়াৰ লগে লগে ভূমিকম্পৰ প্ৰাবল্য কিদৰে সলনি হয়? 

উত্তৰঃ 

(ix) ভূকম্পনবিজ্ঞান কি ?

উত্তৰঃ 

(x) ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰঃ 

(xi) ভূকম্পনলেখৰ প্ৰধান অংশ তিনিটা কি কি ?

উত্তৰঃ 

(xii) ৰিখ্টাৰ স্কেল কোনে উদ্ভাৱন কৰিছিল ?

উত্তৰঃ 

(xiii) ভূমিকম্পৰ আগজাননী দিয়াৰ বাবে অৱলম্বন কৰা পদ্ধতি দুটা কি কি ?

উত্তৰঃ 

(ix) জাপানত সঘনে ভূমিকম্প হৈ থাকে কিয় ?

উত্তৰঃ 

(xv) ৰিখ্টাৰ স্কেলত এই পৰ্যন্ত লিপিবদ্ধ হোৱা সৰ্বোচ্চ প্ৰাবল্যৰ ভূমিকম্পটো ক’ত হৈছিল ?

উত্তৰঃ 

2. ভূপৃষ্ঠ গঠন হোৱা যিকোনো চাৰিখন প্ৰধান ফলকৰ নাম লিখা ।

উত্তৰঃ 

3. ভূমিকম্প উৎপত্তিৰ কাৰণ সম্পৰ্কে থকা ফলক বিৱৰ্তন তত্ত্বটো ব্যাখ্যা কৰা ।

উত্তৰঃ

4. কোনবোৰ অঞ্চলত ভূমিকম্প হোৱাৰ সম্ভাৱনা বেছি? ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক কি কি বলয়ত ভাগ কৰা হৈছে ?

উত্তৰঃ 

5. সৰল ভূকম্পনলেখৰ গঠন আৰু কাৰ্যনীতি চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা ।

উত্তৰঃ 

6. ভূমিকম্পৰ আগজাননী দিবলৈ নিৰীক্ষণ কৰা চাৰিটা ভূভৌতিক পৰিৱৰ্তন উল্লেখ কৰা ।

উত্তৰঃ 

7. ভূমিকম্পৰ ফলত হব পৰা ক্ষয়- ক্ষতিৰ ওপৰত এটা চমুটোকা প্ৰস্তুত কৰা ।

উত্তৰঃ 

8. ভূমিকম্পৰ অৰ্থনৈতিক গুৰুত্ব ব্যাখ্যা কৰা ।

উত্তৰঃ 

9. ভূমিকম্পৰ ফলত হ’ব পৰা ক্ষয়- ক্ষতিৰ পৰিমাণ কমাবলৈ চাৰিটা উপায় উল্লেখ কৰা ।

উত্তৰঃ

10. ভূমিকম্পৰ আগজাননীত ভিত্তিত লবলগীয়া  সাৱধানতাসমূহ কি কি ?

উত্তৰঃ

11. ভূমিকম্প হৈ থকা সময়ত আৰু হৈ যোৱাৰ পিছত লবলগীয়া সাৱধানতাসমূহ কি কি ?

উত্তৰঃ