মৃদংগত কি কি অংশ থাকে ?

উত্তৰঃ মৃদংগত থকা অংশসমূহৰ হ’ল ডিমা, দাইনা, বায়া, তালি, বৰটি, মলুৱা, ঘূণ আদি ।