শিশুৰ বাবে ৰচিত সাহিত্য় | Class 8 Assamese Chapter 11 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Assamese Lesson 11 Solution |

পাঠ ১১

শিশুৰ বাবে ৰচিত সাহিত্য

১। চমু উত্তৰ দিয়াঃ

ক) লিখিত সাহিত্য-চৰ্চাৰ পৰম্পৰা আৰম্ভ হােৱাৰ আগতেই কোনবােৰ সাহিত্যই অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছিল?

উত্তৰঃ লিখিত সাহিত্য়-চৰ্চাৰ পৰম্পৰা আৰম্ভ হোৱাৰ আগতেই অনাখৰী, অনামী চহা ৰচকৰ সাহিত্য়ৰ ভঁৰাল চহকী কৰিছিল ।  

খ) নিচুকনি গীত কিহক কেন্দ্ৰ কৰি ৰচিত হৈছে?

উত্তৰঃ নিচুকনি গীত সমূহ নানা তৰহৰ ফল-ফুল, চৰাই-চিৰিকটি, জীৱ-জন্তু, জোন-বেলি আদিক কেন্দ্ৰ কৰি ৰচিত হৈছে ।

গ) অসমীয়া ভাষাত চলি থকা সাঁথৰসমূহ কিয় অসমীয়া মৌখিক শিশু-সাহিত্যৰ এক গুৰুত্বপূর্ণ অংগ হৈ পৰিছে?

উত্তৰঃ অসমিয়া ভাষাত চলি থকা সাঁথৰসমূহো অসমৰ শিশুসমূহৰ বাবে ৰসৰ ৰহঘৰা । সেই হিচাপে এই সাঁথসমূহো অসমীয়া মৌখিক শিশু-সাহিত্য় এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে ।

ঘ) বৈষ্ণৱ যুগত সৃষ্টি হােৱা শিশু-উপযােগী গ্রন্থৰ ভিতৰত পােনতেই কোনখন গ্ৰন্থৰ নাম ল’ব পাৰি?

উত্তৰঃ বৈষ্ণৱ যুগৰ সৃষ্টি হোৱাৰ শিশু-উপযোগী গ্ৰন্থৰ ভিতৰত পোনতেই “কাণখোৱা” গন্থৰ নাম ল’ব পাৰি ।  

ঙ) কাণখােৱা পুথিখন কি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে?

উত্তৰঃ কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে ।  

চ) আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত শিশু-পাঠ্যপুথিখনৰ নাম কি?

উত্তৰঃ আন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত শিশু-পাঠ্য়পুঠিখনৰ নাম হ’ল — “অসমীয়া লৰাৰ মৃত্ৰ” ।  

ছ) মাধৱদেৱৰ ঝুমুৰাকেইখনিক বাদ দি প্ৰথম অসমীয়া শিশু নাট কোনখন আৰু ইয়াৰ নাট্যকাৰ কোন?

উত্তৰঃ মাধৱদেৱৰ ঝুমুৰাকইখনিক বাদ দি প্ৰথম অসমায়া শিশু-নীটক হৈছে — “টেটোন তামুলী” আৰু ইয়াৰ নাট্য়কাৰ হৈছে “পদ্মনাথ গোহাঞিবৰুৱা” ।  

জ) কাৰ সম্পাদনাত প্রকাশ পােৱা কোনখন শিশু-আলােচনীয়ে অসমীয়া সাহিত্যৰ বাটত সবল খােজ পেলাইছিল?

উত্তৰঃ কৰুনাভিৰাম বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা ল’ৰা বন্ধু নামৰ আলোচনীয়ে অসমীয়াৰ সাহিত্য়ৰ বাটত সবল খোজ পেলাইছিল ।

৩। বৈষ্ণৱ যুগত সৃষ্টি হােৱা শিশু-উপযােগী গ্রন্থৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ বৈষ্ণৱ য়ুগত শিশুৰ মনত খোৰাক জন্মাব পৰা সাহিত্য়ৰ সৃষ্টি হৈছিল। তাৰ ভিতৰত পোনতে লেখত ল’বলগীয়া পুথিখনৰ নাম হৈছে ‘কাণখোৱা’। এই পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা হৈছে। ৰাম-সৰস্বতীৰ ‘ভীম-চৰিত’ৰ ভীমৰ চৰিত্ৰও অসমীয়া শিশু মাত্ৰৰে আমোদৰ বস্তু। ইয়াৰ উপৰি এই যুগত শিশুকেন্দ্ৰিক ভালেমান ৰচনা সৃষ্টি হৈছে।

৪। অৰুনােদই’ত বাস্তৱানুগ সাহিত্য-ৰচনা প্রকাশ হ’লেও ই আছিল বিশেষ ধর্মীয় উদ্দেশ্য সাধিবৰ বাবে ৰচিত সাহিত্য। কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।

উত্তৰঃ 

৫। জোনাকী যুগ’ৰ শিশু-উপযােগী ৰচনাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ 

৬। প্রসংগ – সংগতি দর্শাই ব্যাখ্যা কৰাঃ

ক ) উদ্ভট কল্পনা আৰু সাংগীতিক লয় এই গীতবােৰৰ দুটি উল্লেখনীয় বৈশিষ্ট্য।

প্ৰসংগঃ উক্ত বাক্য়খাৰী আমাৰ পাঠ্য়পুঠিৰ অন্তৰ্গত

খ ) অসমীয়া ভাষাত চলন্তি থকা সাঁথৰসমূহে অসমৰ শিশুসকলৰ বাবে ৰসৰ ৰহঘৰা।

উত্তৰঃ 

গ ) বেজবৰুৱাৰ হাততেই বহু সাধুকথাই ন ভাষাৰ ন সাজেৰে সাজি-কাচি ওলায়।

উত্তৰঃ

৭। তােমাৰ শৈশৱত সাধু শুনা দিনবােৰ কেনে আছিল? সেই দিনবােৰ মনলৈ আহিলে নষ্টালজিক হৈ পৰা নেকি? 

উত্তৰঃ

৮। তুমি বর্তমানলৈ পঢ়া শিশু উপন্যাসবােৰৰ ভিতৰত তােমাৰ প্রিয় চৰিত্ৰ এটিৰ বিষয়ে চমু বিৱৰণ দিয়া।

উত্তৰঃ

৯। বর্তমান প্রকাশিত হৈ থকা শিশু-আলােচনীবােৰৰ ভিতৰত তােমাৰ প্ৰিয় অসমীয়া আলােচনী এখনৰ নাম লিখা। সেইখন প্রিয় হােৱাৰ কাৰণ উল্লেখ কৰা।

উত্তৰঃ

১০। বিপৰীত শব্দ লিখাঃ 

উৎকৃষ্ট     = নিকৃষ্ট  

আকর্ষণ   = বিকৰ্ষণ    

আশা       = নিৰাশা      

উপযােগী = অনুপযোগী    

১১। লিংগ পৰিৱৰ্তন কৰা।

বাঘঃ বাঘিনী ।

শিয়ালঃ শিয়ালী ।

বান্দৰঃ বান্দৰী । 

ৰজাঃ ৰাণী ।

ৰাক্ষসঃ ৰাক্ষক্ষসী

কাউৰীঃ কোৱা

তালঃ 

অজলাঃ আজলি ।

দমৰাঃ চেঁউৰী

কঁজলাঃ কাঁজলি

ঘঁৰিয়ালঃ জলগুঁই

ভালুকঃ

শিক্ষকঃশিক্ষয়িত্ৰী ।

১২। প্রকল্প:

ক ) সাঁথৰ সংগ্রহ ।

খ ) বছা বছা শিশু – কবিতা সংগ্রহ ।

Type By – Kishor Nath

Answer Type by – Rajashree Bora