সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা | Class 8 Social Science Chapter 17 Question and Answer Assam Jatiya Bidyalay | AJB Class 8 Social Science Lesson 17 Solution |

পাঠ ১৭

সময় গণনাঃ স্থানীয় সময়, মান সময় আৰু আন্তৰ্জাতিক তাৰিখ ৰেখা

অনুশীলনী 

1. উত্তৰ লিখাঁ।

a. স্থানীয় সময় আৰু মান সময় বুলিলে কি বুজা?

উত্তৰঃ

b. ভাৰতৰ মান সময় কোনডাল দ্ৰাঘিমাৰ ওপৰত ভিত্তি কৰি উলিওৱা হৈছে? ইয়াৰ ফলত ভাৰতৰ দুয়োটা দিশত অৱস্থিত  ঠাই দুখনত কিমান সমিয়ৰ পাৰ্থক্য হয়?

উত্তৰঃ

c. গ্ৰিণউইচ মান সময় বুলিলে কি বুজা? ভাৰতীয় মান সময়ৰ লগত গ্ৰিণউইচৰ মান সময়ৰ পাৰ্থক্য বুজাই লিখাঁ।

উত্তৰঃ

d. আন্তৰ্জাতিক তাৰিখ ৰেখা বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজন কি?

উত্তৰঃ

e. জাপানক কিয় সূৰ্য উঠা দেশ বুলি কোৱা হয়?

উত্তৰঃ

2. কোনো এখন ঠাইত যেতিয়া মধ্যাহ্ন হয় গ্ৰিণউইচত তেতিয়া আবেলি 3 বাজি 20 মিনিট যায়। ঠাইখন কিমান দ্ৰাঘিমাংশত অৱস্থিত?

উত্তৰঃ

Type By – Kishor Nath