Class 3 Niti Mallika Sankardev School | শিৱাজীৰ দেশভক্তি | Chapter 6 | অধ্য়ায় ৬ | Class 3 Niti Mallika Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

শিৱাজীৰ দেশভক্তি

অধ্য়ায় ৬

আৰ্হি প্ৰশ্নঃ

(ক) বীৰ শিৱাজীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ বীৰ শিৱাজীৰ ১৬৩০ চনৰ শিনেৰী নামৰ ঠাইত জন্ম হৈছিল।

(খ) শিৱাজীৰ পিতৃ-মাতৃৰ নাম কি আছিল ?

উত্তৰঃ শিৱাজীৰ পিতৃৰ নাম শাহজী আৰু মাতৃ জীজাবাঈ।

(গ) শিৱাজীয়ে কাৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল ?

উত্তৰঃ শিৱাজীয়ে কৰ্ণাটকৰ দাদাজী কোন্দদেৱৰ ওচৰত শিক্ষা গ্ৰহণ কৰিছিল।

(ঘ) ঔৰংগজেৱে শিৱাজীক কেনেকৈ বন্দী কৰিছিল ?

উত্তৰঃ ঔৰংগজেৱে বহু ভাৱি-চিন্তি শিৱাজীক তেওঁৰ ৰাজসভালৈ মাতি পঠিয়ালে। পুতেক সম্ভুজীক লগত লৈ শিৱাজী আহিল। কিন্তু মোগল সম্ৰাটে তেওঁক যথোপযুক্ত সন্মান নেদেখুৱালে। এই কথাত শিৱাজীৰ খং উঠাত ঔংৰংগজেৱে তেওঁক বন্দীশালত বন্দী কৰিলে। এনেদৰে শিৱীজীক ঔৰংগজেৱে বন্দী কৰিলে।

(ঙ) ছত্রপতি শিৱাজীৰ দেশভক্তিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ছত্ৰপতি শিৱাজীৰে মুছলমানক ৰজাক মূৰ দোঁৱাব লগাত হোৱাত তেওঁৰ মনট বিদ্ৰোহী ভাৱ জাগৰণ হৈছিল। ডাঙৰ হৈ শিৱাজীয়ে ভাৰতবৰ্ষত হিন্দু ৰাজ্য প্ৰতিষ্ঠা কৰা পৰিকল্পনা কৰিলে। বহুসংখ্যক যুৱকৰ মন জয় কৰি তেওঁ এটা দল গঠন কৰিলে আৰু ‘দোল’ নামৰ দুৰ্গ এটি দখল কৰি তাত পতাক উৰুৱালে। এনেদৰে বহু চেষ্ঠা ফলত শিৱাজীয়ে মাৰঠী ৰাজ্যত হিন্দুৰাজ্য স্থাপন কৰিলে। এই আছিল শিৱাজীৰ দেশভক্তি।

Question Answer By Bikash Bora