Class 4 ৰামায়ণ সাধু Sankardev School | বনবাসলৈ যাত্ৰা | Chapter 7 | অধ্য়ায় ৭ | Class 4 Ramayana Sadhu Book Sankardev School Question Answer | এই পাঠটো সকলো প্ৰশ্ন উত্তৰ পাব |

বনবাসলৈ যাত্ৰা

অধ্যায় ৭

(১) এটা বাক্যত উত্তৰ দিয়া-

(ক) ৰজা দশৰথৰ মন্ত্ৰীৰ নাম কি আছিল ?

উত্তৰঃ ৰজা দশৰথৰ মন্ত্ৰীৰ নাম সুমন্ত্ৰই আছিল ।

(খ) ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি কিয় পিন্ধিছিল ?

উত্তৰঃ ৰাম, লক্ষ্মণ আৰু সীতাই গছৰ বাকলি বনলৈ যাবলৈ পিন্ধিছিল ।

(ঘ) কৈৱৰ্তজনে ৰামৰ আঙঠিটো কিয় নল’লে ?

উত্তৰঃ কৈৱৰ্তজনে ৰামৰ আঙঠিটো নল’লে কাৰণ তেওঁলোক উভতি আহোঁতে আঙঠিটো ল’ৱ ।

(ঘ) গঙ্গা পাৰ হৈ ৰাম কোন মুনিৰ আশ্ৰমলৈ গৈছিল ?

উত্তৰঃ গঙ্গা পাৰ হৈ ৰাম ভৰদ্বাজ মুনিৰ আশ্ৰমলৈ গৈছিল ।

(২) খালী ঠাই পূৰ কৰা-

(ক) ভৰদ্বাজ মুনিৰ পত্নীয়ে সীতাক নানা ধৰণৰ নীতি জ্ঞান দিলে ।

(খ) শৃঙ্গৱেৰপুৰৰ ৰজাৰ নাম নিষাদৰাজ গুহ আছিল ।

(গ) ৰামে তমসা  নদী পাৰ হৈ সুমন্ত্ৰক ওভোতাই পঠিয়ালে ।

(৩) বাক্য ৰচনা কৰা-

আকাশ নিনাদিত হোৱা, আদৰ-সাদৰ, দৃঢ় সংকল্প

আকাশ নিনাদিত হোৱাঃ যাদৱৰ পৰীক্ষা ভাল ৰিজিল্টা গোটেই গাওঁ খনতে আকাশ নিনাদিত হৈ পৰিল।

আদৰ-সাদৰঃ ঘৰলৈ কোনোৱা আলহি আহিলে আদৰ-সাদৰ কৰিব লাগে।

দৃঢ় সংকল্পঃ ৰমেনে এইবাৰ পৰিক্ষাত ভাল ৰিজাল্ট কৰিম বুলি দৃঢ় সংকল্প লৈচে ।

Question Answer By Bikash Bora