Class 4 ৰামায়ণ সাধু Sankardev School | ৰামৰ বীৰত্ব আৰু বিবাহ | Chapter 4 | অধ্য়ায় ৪ | Class 4 Ramayana Sadhu Book Question Answer | এই পাঠটো সকোল প্ৰশ্ন উত্তৰ পাব |

ৰামৰ বীৰত্ব আৰু বিবাহ

অধ্যায় ৪

(১) খালী ঠাই পূৰ কৰা –

(ক) মিথিলাৰ ৰজা জনক ছিল ।

(খ) ৰজা জনকক হৰধনু পৰশুৰামে  দিছিল ।

(গ) লক্ষ্মণৰ বিয়া উৰ্মিলা ৰ লগত, ভৰতৰ বিবাহ মাণ্ডবীৰ  ৰ লগত, শক্ৰঘ্নৰ বিবাহ শ্ৰুতিকীৰ্তি ৰ লগত হৈছিল ।

(২) উত্তৰ লিখা –

(ক) জনক ৰজাৰ জীয়েকৰ নাম কি ?

উত্তৰঃ জনক ৰজাৰ জীয়েকৰ নাম সিতা আছিল।

(খ) ৰজা জনকৰ গুৰু কোন আছিল আৰু তেওঁ কাৰ ভক্ত আছিল ?
উত্তৰঃ
ৰজা জনকৰ গুৰু পৰশুৰাম আছিল । তেওঁ শিৱৰ ভক্ত আছিল ।

(গ) ৰজা জনকৰ কি চৰ্ত আছিল ?
উত্তৰঃ
ৰজা জনকৰ চৰ্ত আছিল যে সীতাৰ বিয়া সেইজন বীৰৰ লগতহে হ’ব যিজনে হৰধনুখন দাঙি লৈ তাত গুণ জুৰিব পাৰিব এইটো ৰজা জনকৰ চৰ্ত ।


(ঘ) হৰধনু কিয় ভাঙি গ’ল ?
উত্তৰঃ
ৰামে ধনুখন দাঙি গুণ লগাবলৈ চেষ্টা কৰোঁতেই ধনুখন ভয়ংকৰ শব্দ কৰি ভাঙি গ’ল ।


(ঙ) স্বয়ম্বৰ কাক বোলে ?
উত্তৰঃ
স্বয়ম্বৰ হ’ল আগৰ দিনত ৰজা-মহাৰজাই নিজৰ কন্যা বিবাহ দিবলৈ যি অনুষ্ঠান পাতে তাকে স্বয়ম্বৰ বোলে ।

Question Answer By Bikash Bora