ইম্ফলত অৱস্থিত শ্ৰী হনুমান ঠাকুৰ মন্দিৰ কেতিয়া নিৰ্মাণ হৈছিল? Posted on 29/08/202229/08/2022 by Puspa Kakati (ক) ১৭২৫ (খ) ১৮৭৫ (গ) ১৮৯১ (ঘ) ১৮৭৯ উত্তৰঃ ১৭২৫।
বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী গোপালদেৱৰ পৃষ্ঠপোষকতাত কেইখন সত্ৰ প্ৰতিষ্ঠা হৈছিল? Posted on 29/08/202229/08/2022 by Puspa Kakati (ক) ১৯ (খ) ১২ (গ) ১০ (ঘ) ১৫ উত্তৰঃ ১২।
কোন চনত অৰুণাচল প্ৰদেশৰ টাৱাং মঠ নিৰ্মাণ কৰা হয়? Posted on 29/08/202229/08/2022 by Puspa Kakati (ক) ১৮৬১ (খ) ১৬৮১ (গ) ১৯৬১ (ঘ) ১৬৯১ উত্তৰঃ ১৬৮১।