নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত ——– সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জা। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ কেথ’লিক গীৰ্জা।
মিজোৰামৰ বাস কৰা চাকমা জনজাতিৰ লোকসকল ——— ধৰ্মাৱলম্বী। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ বৌদ্ধ।
মা দুৰ্গাৰ ৫০০ বছৰ পুৰণি মন্দিৰ মেঘালয়ৰ ———- ত অৱস্থিত। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ নাৰটিয়াং।