মেঘালয়ৰ অৱস্থিত ———– গীৰ্জা সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথম আৰু প্ৰাচীনতম গীৰ্জা। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ নংচাওলিয়া।
মণিপুৰৰ প্ৰাচীনতম মন্দিৰটো হৈছে বিষণপুৰ নগৰত অৱস্থিত ——–। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ বিষ্ণু মন্দিৰ।
প্ৰায় ——- গৰাকী দেৱী-দেৱতা মণিপুৰৰ মেইতীসকলে পূজা কৰে। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ ৩৬৪।
শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত ———– ক ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তৰ সবাতোকৈ ওখ শিৱ মন্দিৰ হিচাপে বিশ্বাস কৰা হয়। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ শিৱ দ’ল।