——— অসমৰ একমাত্ৰ স্থান য’ত তিনিটা ধৰ্ম, যেনেঃ বৌদ্ধ আৰু ইছলাম ধৰ্মৰ সহ অৱস্থান পৰিলক্ষিত হয়। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ হাজো।
——— অসমৰ প্ৰধান ধৰ্ম সংস্কাৰক। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
অৰুণাচল প্ৰদেশৰ নক্টে জনজাতি ——— ৰ অনুসৰণকাৰী। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ বৈষ্ণৱ ধৰ্ম।
অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিয়ে ——- ধৰ্মমত গ্ৰহণ কৰে আৰু পালন কৰে। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ ডনি পল’ইজিম।