অসমৰ ——- নৃত্য ৰূপ সৰ্পৰ দেৱী মনসাৰ পূজাৰ লগত জড়িত। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ দেওধনী।
সমগ্ৰ দেশতে অসম ইয়াৰ অদ্বিতীয় আৰু ৰুচিবোধসম্পূন্ন ——– নৃত্যৰ বাবে বিখ্যাত। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ বিহু।
—— নৃত্য অৰুণাচল প্ৰদেশত নৱবৰ্ষ উৎসৱৰ সময়ত পৰিৱেশন কৰা হয়। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃ মনপা।
অৰুণাচল প্ৰদেশৰ —— নৃত্যই কুকুৰা যুঁজৰ বিষয়ে বৰ্ণনা কৰে। Posted on 29/08/202229/08/2022 by Puspa Kakati উত্তৰঃকাকংটোকাই।