য়াক নৃত্য পৰিৱেশন কৰা অৰুণাচল প্ৰদেশৰ বৌদ্ধ জনজাতিৰ মাজত য়াকৰ তাৎপৰ্য কি? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ খুবাল্লাম।
অৰুণাচল প্ৰদেশৰ কোনটো লোকনৃত্যত ৰামায়ণৰ তিব্বতীয় সংস্কৰণ উপস্থাপন কৰা হৈছে? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ আজি লঘু লোকনৃত্য।
——– নৃত্য ত্ৰিপুৰাত বাস কৰা ৰিয়াং সমাজে পৰিৱেশন কৰে। Posted on 28/08/202228/08/2022 by Puspa Kakati (ক) হোজাগিৰি (খ) বিজু (গ) কাৰচি (ঘ) হাক-হাক। উত্তৰঃ হোজাগিৰি।
—— মিজোৰামত আলহাৰ এক নৃত্য। Posted on 28/08/202228/08/2022 by Puspa Kakati (ক) খুৱাল্লাম (খ) চাই (গ) চোলাকিয়া (ঘ) চৰলামকাই উত্তৰঃ খুৱাল্লাম।