ছিকিমৰ লেপচা পুৰুষে পৰিধান কৰা পৰম্পৰাগত পোছাকবিধক কি কোৱা হয়? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ পাগী, যি আঁচ আঁচ থকা আৰু কপাহেৰে তৈয়াৰী।
নগাৰ ঔপচাৰিক শিৰস্ত্ৰাণত কি চৰাইৰ পাখি ব্যৱহাৰ কৰা হয়? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ ধনেশ পক্ষী।
মিজোৰামত আবিয়ৈসকলৰ শোৱনি কোঠাক কি বুলি অভিহিত কৰা হয়? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ জ’লবুক।
মেঘালয়ত সকলো ধাৰ্মিক আৰু আনুষ্ঠানিক কাৰ্যক সময়ত বাধ্যতামূলকভাৱে পৰিৱেশন কৰা পানীয়বিধৰ নাম কি? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ কাইচ বীয়েৰ (চাউলৰ পৰা প্ৰস্তুত কৰা সুৰা)।