Month: August 2022

মণিপুৰৰ মহিলাসকলে পৰিধান কৰা পৰম্পৰাগত পোছাকবিধ কি?

উত্তৰঃ মণিপুৰৰ মহিলাসকলে পৰম্পৰাগত সাজ ফানেক বা লাহিং বা চাকচাৰিৰ (দীঘলীয়া পটি বিশিষ্ট আৰু দীঘলীয়াকৈ দুয়োটা পিঠিতে সূচিকৰ্ম কৰা এটুকুৰা খহটা কাপোৰ) সৈতে আংগেই বা ব্লাউজ আৰু ইনাজি (দুয়োটা প্ৰন্তত ফিটা লগোৱা এটা ৰঙৰ বা বহুৰঙী খহটা কাপোৰ) পিন্ধে।