অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিৰ মহিলাসকলে মাটি, ঘৰ ইত্যাদিৰ দৰে স্থাৈনৰ সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে লাভ নকৰে। তেওঁলোকে উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা একমাত্ৰ বস্তুটো কি? Posted on 28/08/202228/08/2022 by Puspa Kakati উত্তৰঃ গহনা।
ত্ৰিপুৰাৰ ৰিয়াং সমাজত মুৰব্বীয়ে —– উপাধি লয়। Posted on 28/08/202228/08/2022 by Puspa Kakati (ক) ৰায় (খ) ৰু (গ) ৰিয়া (ঘ) এইবোৰৰ এটাও নহয় উত্তৰঃ ৰায়।
ছিকিমৰ ভূটিয়া সমাজৰ পুৰুষসকলে পিন্ধা পৰম্পৰাগত সাজটোক ——— হিচাপে জনা যায়। Posted on 28/08/202228/08/2022 by Puspa Kakati (ক) বাখু (খ) হনজু (গ) পাগি (ঘ) ডাওৰু চুৰুৱাল উত্তৰঃ বাখু।
মিজোৰামত যৌতুকবিহীনভাৱে সম্পন্ন কৰা বিবাহ পদ্ধতিটোৰ নাম কি? Posted on 28/08/202228/08/2022 by Puspa Kakati (ক) চাজুমেইডাও (খ) থিচেনপাল (গ) মেইচ (ঘ) ওপৰত এটাও নহয় উত্তৰঃ চাজুমেইডাও।