তলৰ কোন বিধ সামগ্ৰী অসমীয়া মানুহে বিহুত আত্মীয়-স্বজনক দিয়ে? Posted on 27/08/202227/08/2022 by Puspa Kakati (ক) ৰুমাল (খ)গামোচা (গ) শাৰী (ঘ) ধুতি উত্তৰঃ গামোচা।
ছিকিমৰ ভূটিয়াসকলৰ এজন পিপ’নৰ (গাঁনৰ মুৰব্বী) পৰিচালনাত ——- নামৰ এক নিজস্ব আইন ব্যৱস্থা আছে। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ জুমচা।
মিজো সমাজত বিবাহ —– নামৰ মধ্যস্থতাকাৰীৰ জৰিয়তে কৰোৱা হয়। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ পালাই।
মেঘালয়ৰ সন্তানে সাধাৰণতে —– ৰ উপাধি গ্ৰহণ কৰে। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ মাক।