মণিপুৰত কইনাই ——- পিন্ধাটো বাধ্যতামূলক। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ ৰাসলীলা ঘূৰী।
মণিপুৰৰ অধিবাসীসকলে ——— উত্তৰাধিকাৰ পদ্ধতি অনুসৰণ কৰে। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ পিতৃতন্ত্ৰীয়।
অসমীয়া মহিলাই পৰিধান কৰা পৰম্পৰাগত সাজটো হৈছে ————————। Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ মেখেলা চাদৰ।