মেঘালয়ৰ কোনটো একমাত্ৰ জনজাতিৰ মাজত ”অবিবাহিত যুৱকৰ সমূহীয়া শয়নকক্ষ”ৰ প্ৰথা দেখা পোৱা যায়? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ গাৰো।
লণ্ডনৰ পৰা পি.এইচ.ডি লাভ কৰা অসমৰ মহিলা গৰাকীৰ নাম ক’ব পাৰিবানে? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ ড° তিলোওমা বৰুৱা।
তেওঁ ১৯৫৭ চনৰ অসমৰ বিখ্যাত সংসদ সদস্য। ১৯৫৪ চনত তেওঁ বিখ্যাত গ্ৰন্থ ”ৰেড ৰিভাৰ এণ্ড দ্য ব্লু হ্ল্ছ” ৰচনাও কৰিছিল। তেওঁৰ নাম ক’ব পাৰিবানে? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ হেম বৰুৱা।
সুমেৰুত উপস্থিত হোৱা প্ৰথম অসমীয়ী বৈজ্ঞানিকজনৰ নাম ক’ব পাৰিবানে? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ ৰাঘৱ চন্দ্ৰ ডেকা।