অৰুণাচল প্ৰদেশৰ কোনটো জনজাতি ব্যৱহাৰোপযোগী কপাহী কম্বল তৈয়াৰ কৰাৰ বাবে প্ৰসিদ্ধ? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ চেৰডুকপেন।
অৰুণাচল প্ৰদেশৰ কোন জনজাতিয়ে টোপিঅ’ নামৰ থলুৱা ক’লা নিমখ উৎপাদন কৰে? Posted on 27/08/202227/08/2022 by Puspa Kakati উত্তৰঃ আপাটানি।
ছিকিমৰ লেপচা জনজাতি মুখ্যতঃ —————- ধৰ্মাৱলম্বী। Posted on 27/08/202227/08/2022 by Puspa Kakati (ক) বৌদ্ধ (খ) খ্ৰীষ্টান (গ) হিন্দু (গ) ইছলাম উত্তৰঃ বৌদ্ধ।
তলৰ কোনজন ব্যক্তিক ”অৰুণাচল প্ৰদেশৰ পিতৃ” স্বৰুপে গণ্য কৰা হয়? Posted on 27/08/202227/08/2022 by Puspa Kakati (ক) লুমেৰ দাই (খ) ড° ডায়িং এৰিং (গ) মোগে ডুজে (ঘ) মুজি ৰিবা। উত্তৰঃ ড° ডায়িং এৰিং।