উত্তৰঃ কাজী লেনডুপ দৰ্জী খাংচাপা।
Month: August 2022
প্ৰথম গৰাকী নগা ব্যক্তি যিয়ে ১৯৪৮ চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় ফুটবল দলৰ প্ৰথম গৰাকী অধিনায়ক হোৱাৰ গৌৰৱ অৰ্জন কৰেঃ
উত্তৰঃ ড° টালিমেৰন আও।
নাগালেণ্ডৰ প্ৰথম ৰাজ্যপাল কোন?
উত্তৰঃ শ্ৰীবিষ্ণু সাহায়।
মেঘালয়ৰ প্ৰথম খাছী মূখ্যমন্ত্ৰীঃ
উত্তৰঃ ডাৰউইন ডিয়েংডো পাগ।