মিজোৰামৰত বাস কৰা চাকমা জনজাতিৰ লোকসকল ————- ধৰ্মালম্বী। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বৌদ্ধ।
নাগালেণ্ডৰ আৰাদুৱা পাহাৰত অৱস্থিত ———- সমগ্ৰ উত্তৰ-পূব ভাৰতৰ বৃহত্তম গীৰ্জা। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ কেথ’লিক গীৰ্জা।