মা দুৰ্গাৰ ৫০০ বছৰ পুৰণি মন্দিৰ মেঘালয়ৰ ——— ত অৱস্থিত। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ নামটিয়াং।
মেঘালয়ত অৱস্থিত ———— গীৰ্জা সমগ্ৰ উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম আৰু প্ৰচীনতম গীৰ্জা। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ নাংচাওলিয়া প্ৰেচবাইৰেৰিয়াম।
মণিপুৰৰ প্ৰাচীনতম মন্দিৰটো হৈছে বিষেণপুৰ নগৰত অৱস্থিত ————-। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বিষ্ণু মন্দিৰ।
প্ৰায় ———– গৰাকী দেৱী-দেৱতা মণিপুৰৰ মেইতীসকলে পূজা কৰে। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ ৩৬৪।