শিৱসাগৰ পুখুৰী পাৰত অৱস্থিত ———— ক ভাৰতৰ উত্তৰ পূৰ্ব প্ৰান্তৰ সবাতোকৈ ওখ শিৱ মন্দিৰ হিচাপে বিশ্বাস কৰে। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ শিৱ’ দল।
———- অসমৰ একমাত্ৰ স্থান য়’ত তিনিটা ধৰ্ম, যেনেঃ হিন্দু, বৌদ্ধ আৰু ইছলাম ধৰ্মৰ ,সহ অৱস্থান পৰিলক্ষিত হয়। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ হাজো।
———— অসমৰ প্ৰথম ধৰ্ম সংস্কাৰক। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।
অৰুণাচল প্ৰদেশৰ নক্টে জনজাতি ——– ৰ অনুসৰণকাৰী। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বৈষ্ণৱ ধৰ্ম।