অৰুণাচল প্ৰদেশৰ বেছিভাগ জনজাতিয়ে ———— ধৰ্মমত গ্ৰহণ কৰে আৰু পালন কৰে। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ ডনি পল’ইজিম।
ত্ৰিপুৰাৰ ম’গ সমাজৰ পৰম্পৰাগত নৃত্যটোৰ নাম কি? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বাটৰ নৃত্য বা চাকি নৃত্য।
ছিকিমৰ কোনটো নৃত্যৰ আক্ষৰিক অৰ্থ ”ৰাজহাঁহৰ নৃত্য”? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ কাৰ নোক লোক।
ই সবাতোকৈ প্ৰভাৱশীল মিজো সমাজৰ নৃত্য যাক চোলোকিয়াৰ এক ভিন্ন ৰূপ বুলি ক’ব পাৰি।ইয়াৰ নাম উল্লেখ কৰা। Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ চাৰলামকাই।