লাই হাৰাওবা নৃত্যই কি বৰ্ণনা কৰে? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ ই মানৱতা আৰু সভ্যতাৰ সৃষ্টিৰ বৰ্ণনা কৰে।
অসমৰ কাৰ্বি জনজাতিয়ে পৰিৱেশৰ কৰা কৃষিভিত্তিক নৃত্যটোৰ নাম কি? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ হাচা কেকান।
য়াক নৃত্য পৰিৱেশন কৰা অৰুণাচল প্ৰদেশৰ বৌদ্ধ জনজাতিৰ মাজত য়াকৰ তাৎপৰ্য কি? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ য়াকক সম্পত্তি আৰু সমৃদ্ধিৰ স্থায়ী উৎস হিচাপে বিবেচন কৰা হয়।
অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য বিধৰ নাম কি? Posted on 31/08/202231/08/2022 by Puspa Kakati উত্তৰঃ বিহু নৃত্য।