নাগাৰা কি ?

উত্তৰঃ নাগাৰা হৈছে এবিধ মাটিৰে নিৰ্মিত বাটি আকৃতিৰ অৰ্ধগোলাকাৰ পাত্ৰ য’ত ছালেৰে ছোৱা থাকে আৰু মাৰ্ৰে কোবাই বজোৱা হয় ।