ফেইটিক কি ?

উত্তৰঃ ফেইটিফ হৈছে কুকি, মাৰ, বাইতে আৰু অসমৰ বহু জনগোষ্ঠীৰ লোকে ব্য়ৱহাৰ কৰা বাঁহৰ চুঙাজাতীয় বাদ্য়। সৰু সৰু চুঙা একেলগ কৰি এই বাদ্য় নিৰ্মাণ কৰা হয় ।