বীণ কি ?

উত্তৰঃ বীণ হৈছে এডাল তাঁৰত ৰেপি বজোৱা বাদ্য়। এই বাদ্য় নাৰিকলৰ কোৰোকা, মাটিৰ খলা আদিৰে নিৰ্মাণ কৰা হয়।