মণিপুৰীসকলে সন্তান জন্ম উপলক্ষ্যে আয়োজন কৰা পূজাটোক নাম ক’ব পাৰিবানে?

উত্তৰঃ স্বস্তি পূজা।