হেম কি ?

উত্তৰঃ হেম হৈছে ৰাভা জনগোষ্ঠীৰ মাজত প্ৰচলিত মাদল বা খামজাতীয় বাদ্য়। আকাৰত ই কিছু দীঘল হয়।