অৰুণাচল প্ৰদেশৰ উৎসৱসমূহত এক উমৈহতীয়া বৈশিষ্ট্য আছে।তুমি ইয়াক চিনাক্ত কৰিবা পাৰিবানে?

উত্তৰঃ পশু বলিদান প্ৰথা।