জুবিন গাৰ্গৰ গীত কিনো সুৰীয়া হানেৰে

কিনো সুৰীয়া গানেৰে

মোৰ মন আজি ভৰিলে

তোমাকে পাই

মোৰে মনে জানা

আছিলে যে সদায়

তোমাৰে গানৰে সুৰ

মনতে গুণ গুণাই

কিনো সুৰীয়া গানৰে

বুকুৰে মাজতে কি জুই জ্বলে

দহনো যে মিঠা লাগে

পিৰিতিৰ উমেৰে ফু-দি জ্বলোৱা

আৱেগৰ জুই ছাগে

নাই হোৱা এনে ৰাহানিও

জ্বলা নাই বুকুত

আৱেগৰে জুই জ্বলে

অজানিতে উমি উমি বুকুতে

ক্নো সুৰীয়া…।

জীৱন লগৰী হ’বলৈ আদিছোঁ

হাত থোৱা হাততে

উজুতি-বিজুতি একোতে নেৰিবা

আধৰুৱা বাটতে

কথা দিলোঁ মই মধু প্ৰহৰত

চকুত থৈ চকুতে

ময়ো কথা দিলোঁ পল-অনুপল

থাকিম তোনাৰ লগতে

ক্নো সুৰীয়া…।