জুবিন গাৰ্গৰ গীত দিয়া ঘূৰাই দিয়া…

দিয়া ঘূৰাই দিয়া, পৃথিৱী আমাৰ আমাৰ

আইতাৰে সাধু, তৰালি ভৰা চোতাল

আনা ঘূৰাই আনা, ধৰা নিভাঁজ হিয়াৰ

শেৱালি পাদিত দুভৰি থুনুক-খানাক

সেয়াই লাগে আমাক

নালাগে ওলেটা পৃথিৱী

অ’ আমি আমিয়েই চোন

পৃথিৱী ভঙা আৰু গঢ়াৰ সপোন নতুন।

ক, খ, ঘ, গ আৰু ঙ

পাটিগণিত আৰু কুঁহিপাঠ

পঢ়ালকা পঢ়ি আছো

শিকালা শিকি আছো

এতিয়া কিয় দিয়া মৰণ আঘাত

বুৰঞ্জীৰে পাত লুটিযয়ালে

আমাৰে মৰমে দিব সকিয়াই

যদিহে আমাৰ অস্তিত্ব নাই

তেনে বুৰঞ্জী কোনে নেচায়।

Touch it, touch your freedom

Grab it, hold it & bring to your knees

o.. oh With you, we all are with you

We make the world shine like the sun

We are the one…